Overseas Travel Insurance Policy
ত্ৰৱেল ইনসুৰ্নcে পোলিচয় fৰোম ইফফচো তোকিো iস জুসত থে ৰিঘত পোলিচয় তো..... ড়েদ মোৰে
প্ৰৱাসী ভাৰতীয় বীমা যোজনা
ষফেগুৰ্দ য়ৌৰ্সেলফ অনদ য়ৌr ফমিলয় fৰোম ৰিসকস ওৰ দনgেৰ ৱহেন ৱোৰ্ক তkেস য়ৌ ঔতসিdে ড়েaদ Mোrে

ইফক' টকিঅ'ৰ পৰা অনলাইন বীমা প'লিচি

আগৰ প্ৰৱণতাৰ প্ৰতিছবিত, আমি পাওঁ যে ভ্ৰমণ আমাৰ জীৱনৰ - ব্যক্তিগত আৰু পেশাদাৰীদুয়ো ক্ষেত্ৰতে অপৰিহাৰ্য্য।দুৰ্লঙ্ঘ্য আৰু দূৰণিৰ লক্ষ্যস্থানবোৰ ভ্ৰমণ, অন্বেষণ আৰু বিজয় কৰিবলৈ মানুহৰ বৰ্হিত ইচ্ছাৰ সৈতে ইয়াৰ লগত জৰিত হৈ থকা সংলিপ্তবোৰৰ প্ৰচণ্ড হাৰত বৃদ্ধি পাইছে।সামগ্ৰীক প্ৰয়োজনীয়তাৰ বৃদ্ধিৰ লগতে ভ্ৰমণে আৰু এটি ক্ষতিপূৰণৰ সৃষ্টি কৰিছে, ই হৈছে ভ্ৰমণ বীমা।

বৰ্তমান পৰিস্থিতিত ভ্ৰমণ বীমা প'লিচিয়ে এক আৱশ্যকীয় ভুমিকা গ্ৰহন কৰে; কোনো অবাঞ্চনীয় ঘটনাৰ সম্ভৱনা যি আপোনাৰ কষ্টৰে ঘটা জিৰণিদিনবোৰ বা আৱশ্যকীয় ব্যৱসায়ীক সভাৰ পতন ঘটাব পাৰে।যিকোনো সময়তে হ'ব পৰা অনিৰ্দিষ্ট ঘটনাইফক' টকিঅ'ৰ অনলাইন ভ্ৰমণ বীমা পৰিকল্পনায়ে আপোনাক এনে চিন্তাৰ পৰা ৰক্ষা কৰিবলৈ আদৰ্শনীয় সমৰ্থন দিয়ে।.

অনলাইন ভ্ৰমণ বীমা প'লিচি

কোনো অপ্ৰত্যাশিত পৰিস্থিতিক আপোনাৰ ভ্ৰমণ পৰিনল্পনা নষ্ট কৰিবলৈ নিদিব।ইফক' টকিঅ'ৰ অনলাইন ভ্ৰমণ বীমা প'লিচিয়ে আপোনাক যাত্ৰাৰ সুৰক্ষতাৰ যোগান ধৰে।এই পৰিকল্পনা অনলাইনত সহজলভ্য, যিহেতু আমি জানো যে বীমা এজেন্টৰ পিছত ঘুৰিবলৈ বা বিভিন্ন পুস্তিকা পঢ়িবলৈ আপুনাৰ সময় নাথাকে।ইফক' টকিঅ'ৰ ৱেবছাইটত ল'গ অন কৰি, ভ্ৰমণ বীমা পৰিকল্পনাখনৰ মাজেৰে পঞ্জীয়ন কৰি আপোনাৰ পৰিকল্পিত জিৰণিদিনবোৰ সঠিক সুৰক্ষতা কৰিব পাৰে।

ই কি বীমা কৰিব?

আমাৰ ভ্ৰমণ বীমা পৰিকল্পনায়ে কোনো আন্তৰ্জাতিক বা অন্তৰ্দেশীয় যাত্ৰাত ওপৰত থকা আপদৰ পৰা সুৰক্ষিত কৰে।আপুনি ব্যক্তিগত দুৰ্ঘটনা, মেডিকেল ব্যয়, প্ৰত্যৰ্পণ, লোকচান/ নিৰক্ষিত বয়বস্তু, পাছপৰ্ট আৰু তৃতীয় পক্ষ দায়বদ্ধতাৰ পৰা সুৰক্ষিত হয় ।

ইফক' টকিঅ' ভ্ৰমণ পৰিকল্পনায়ে যাত্ৰাৰ সময়ত যাতে আপুনি কোনো আপদকালীন মুহুৰ্তত ফঁচি থাকিব নালাগে তাক নিশ্চিত কৰে ।বিভিন্ন ধৰণৰ ৰিস্ক সুৰক্ষা পৰিকল্পনাৰে আমাৰ ভ্ৰমণ বীমা প'লিচিয়ে ব্যাপক প্ৰস্তাবৱলী দিয়ে যি মেডিকেল ব্যয়ৰ পৰা আপোনাক সুৰক্ষিত কৰে আৰু আপোনাৰ যাত্ৰা সম্পূৰ্ণভাৱে উপভোগ কৰিবলৈ সহায় কৰে।অনলাইন ভ্ৰমণ বীমা কিনিবলৈ ইফক' টকিঅয়ে আপোনাক অতি ভাল ভ্ৰমণ বীমা প'লিচি আৰু জটিলতামুক্ত, ব্যৱহাৰকাৰীৰ বাবে সহজ অনলাইন সেৱা আগবঢ়ায়.

আমি ইফক' টকিঅ'ত অতি আনন্দৰে অসংখ্য অনলাইন ভ্ৰমণ বীমা প'লিচি সংক্ষিপ্ত কৰি আপোনাৰ অকল সাধাৰণ আৱশ্যকীয়তাকে নিৰাপদ কৰাৰ লগতে কোনো অবাঞ্চনীয় পৰিস্থিতিৰো সকলোখিনি সুৰক্ষিত কৰে।


Download Motor Policy

Feedback