PrintPrintEmail this PageEmail this Page

বিশেষত্ব বীমা


ব্যাপক সাধাৰণ বীমা (চিজিএল)

প্ৰকাশিত প'লিচিত অন্তৰ্ভুক্ত হ'ব লাগে বীমাধীনে আইনগত ভাৱে ক্ষতিপূৰণ হিচাপে দিব লগীয়া সকলো পৰিমাণ যি দুৰ্ঘটনাৰ ফলস্বৰূপে তৃতীয় পক্ষৰ মৃত্যু বা শাৰীৰিক আঘাত বা অসুস্থতা আৰু/ বা তৃতীয় পক্ষৰ সম্পত্তিৰ লোকচান বা ক্ষতিপূৰণ যি উথ্থাপিত হয়:  অধিক জানক »

বাকী বীমা

গোলকীয়কৰণৰ বাবে, ব্যৱসায়ৰ সুযোগ বাহিছে আৰু কোম্পানীবোৰে ব্যৱসায়ীক প্ৰাপ্যৰ ব্যৱস্থাপনাত অধিক কঠিনতাৰ সম্মুখীন হৈছে। বাকী বীমা হৈছে এবিধ সৰঞ্জাম যি কোম্পানীবোৰক মানসিক শান্তিৰে ব্যৱসায় বহলোৱাত সহায় কৰে। অধিক জানক »

ভুল ভ্ৰান্তি(প্ৰযুক্তিগত) বীমা

প্ৰযুক্তিগত কোম্পানীৰ বাবে ভুল ভ্ৰান্তি ক্ষতিপূৰণ বীমা অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। আই টিৰ ক্ৰেতাসকল ব্যয় অপচয়ৰ ক্ষেত্ৰত কম সহনশীল আৰু তেওঁলোকে যোগান ধৰোঁতাক ভুল হওঁক বা নহওঁক দোষাৰোপ কৰিবলৈ উৎসুক হয়। বৰ্তমান গোটেই ইউৰোপ আৰু আমেৰিকাত প্ৰকল্প বিবাদ আৰু উচ্চ মুল্যৰ সমাধান অজ্ঞাত হৈ থকা নাই। অধিক জানক »

ফাইন আৰ্ট বীমা- ব্যক্তিগত সংৰক্ষক, ডিলাৰ, গেলাৰীৰ মালিক

সূচীত বিৱৰিত সম্পদৰ উল্লেখিত স্থান অথবা সূচীত বৰ্ণীত অঞ্চলৰ সীমাৰ ভিতৰত বীমা কৰা সময়ৰ বস্তুগত ক্ষতি অথবা বিনষ্টৰ বিপৰীতে যি বীমা কৰা হৈছে বীমা প্ৰদানৰ সময়ত তাৰ মূল্য আৰু অৱস্থাৰ ওপৰত ভিত্তি কৰি তলৰ বিষয়বোৰ বাদ পৰিব অধিক জানক »

ভিন্ন আৰ্হিৰ পৰিবহণ (এম টি অ) বীমা

যোৱা কিছু বছৰত ভিন্ন আৰ্হিৰ পৰিবহকৰ পৰিচয়েৰে আন্তঃৰাষ্ট্ৰীয় ফ্ৰেইট ফৰৱাৰ্ডিং বজাৰখন লক্ষ্যণীয় ভাৱে সলনি হৈছে। আৰু বাৰ্তমান ইয়াত বহল সংখ্যক পৰিবহন যোগানদাতা যেনে ফ্ৰেইট ফৰৱাৰ্ডাৰ, shipping agents অধিক জানক »


Download Motor Policy

Feedback