কল নকৰিব সুবিধাৰ বাবে পঞ্জীয়ন কৰক

PrintPrintEmail this PageEmail this Page

আপোনাৰ নিজতাক আমি সন্মান কৰো আৰু মূল্য দিওঁ আৰু আমি বুজি পাওঁ যে আপোনালোকৰে কিছুমানে প্ৰচাৰমূলক উদ্দেশ্যত অহা ফোন গ্ৰহণ কৰিবলৈ ভাল নাপায়। 

আপুনিও যদি সেই প্ৰকৃতিৰ ব্যক্তি, আপুনি তলত দিয়া কল নকৰিব প্ৰপত্ৰখন ব্যৱহাৰ কৰিব পাৰে আৰু দূৰবিপণনৰ তালিকাৰপৰা  আঁতৰাব লাগে বুলি আপোনাৰ ফোন নম্বৰ(বোৰ) পঞ্জীয়ন কৰিব পাৰে।এই প্ৰপত্ৰত আপুনি ভৰোৱা বিশদ বিৱৰণবোৰ গোপনীয় হৈ থাকিব।

পঞ্জীয়নৰ পাছত, দাখিল কৰাৰ 21 দিনৰ ভিতৰত আপোনাৰ অনুৰোধ কাৰ্য্যৰূপায়িত কৰা হ'ব।

कॅप्चा
This question is for testing whether you are a human visitor and to prevent automated spam submissions.
Image CAPTCHA
इमेज में दिखाए गए अक्षर दर्ज करें.

Download Motor Policy

Feedback