গৃহ সুবিধা পলিচী
গেত চোমপলেী প্ৰোতেচতিোন ওফ য়ৌৰ হৌসে অগইনসত অলল পোসসিবlে ৰিসকস…
Home Family Protector
সম্ভাৱ্য বিপদাশংকাৰপৰা আপোনাৰ ঘৰটোক সুৰক্ষিত কৰিব পৰাটো হ'ব পাৰে এটা মানসিক চাপমুক্ত জীৱন... Read More

অনলাইনত শ্ৰেষ্ঠ গৃহ বীমা পৰিকল্পনা ক্ৰয় কৰক

এদিনতেই এটা ঘৰ নিৰ্মাণ কৰা নহয়! এইটো হ'ল সময় আৰু শক্তি ব্যয় হোৱা এটা প্ৰক্ৰিয়া য'ত জড়িত হৈ থাকে ঘৰৰ গৰাকীৰ অশেষ কঠোৰ প্ৰচেষ্টা, শ্ৰম আৰু বেদনা।আপোনাৰ ঘৰটো সুশোভিত কৰা প্ৰতিটো বস্তুৱেই হ'ল আপোনাৰ অমূল্য সম্পত্তি যাৰ সৈতে থাকে আপোনাৰ এটা আৱেগিক সম্পৰ্ক।আৰু সেয়েহে, আমাৰ ভূস্বৰ্গস্বৰূপ ঘৰটোক সুৰক্ষা দিবলৈ আমি সম্ভৱপৰ প্ৰতিটো প্ৰচেষ্টাই চলাওঁ কাৰণ ডকাইতি, প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগে অনা ক্ষয়-ক্ষতিকে ধৰি অনেক বিপদ আৰু বিপদাশংকাৰদ্বাৰা আমাৰ জীৱনটো সহজে আক্ৰান্ত হোৱাৰ আশংকা থাকে।

সেয়েহে গৃহ বীমা হ'ল আপোনাৰ ঘৰটোৰ নিৰ্মাণকাৰ্য্য আৰু তাত থকা বস্তুবোৰক অপ্ৰত্যাশিত দুৰ্য্যোগে কঢ়িয়াই আনিব পৰা বিপদাশংকাৰপৰা সুৰক্ষিত কৰি আপোনাৰ সবলীকৰণ কৰা এটা সঁজুলি। গৃহ বীমা পলিচীয়ে সামৰি ল'ব পাৰে এজন মানুহৰ ঘৰত হোৱা ক্ষতি, ঘৰত থকা বয়-বস্তুবোৰৰ ক্ষতি, তাৰ ব্যৱহাৰৰ ক্ষতি (জীয়াই থকাৰ অতিৰিক্ত ব্যয়), বা ঘৰৰ গৰাকীৰ আন ব্যক্তিগত সা-সম্পত্তি, আৰু লগতে ই সামৰি ল'ব পাৰে পলিচীৰ ক্ষেত্ৰৰ ভিতৰত পৰা আৰু ঘৰত সংঘটিত হ'ব পৰা দুৰ্ঘটনা তথা গৰাকীৰ হাতত সংঘটিত হ'ব পৰা দুৰ্ঘটনাৰ লেঠা বহনকাৰী বীমা।

IFFCO টকিঅ'ৰ শ্ৰেষ্ঠ গৃহ বীমা পৰিকল্পনাবোৰে এক বিশাল পৰিসৰৰ বিপদাশংকা আৰু বিপদৰপৰা আপোনাৰ ঘৰটোক আৰু পৰিয়ালটোক সুৰক্ষা দিয়ে।আমাৰ সৰ্বাত্মক গৃহ বীমা পলিচীয়ে, বীমাৰ কোনো সুৰুঙা নৰখাকৈ আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সমগ্ৰ সম্পত্তি, স্বাৰ্থ, ঋণ আৰু দায়িত্বৰ বোজা বহনৰ বাবে প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰে।এতিয়া জটিলতাবিহীন সহজ অনলাইন অভিজ্ঞতাৰ জৰিয়তে অনলাইনত ক্ৰয় কৰক আমাৰ গৃহ বীমা আৰু উপভোগ কৰক শ্ৰেষ্ঠ গৃহ বীমা থকা IFFCO টকিঅ'ৰ গৃহ বীমা পলিচীৰ সৰ্বাত্মক গৃহ সুৰক্ষা।


Download Motor Policy

Feedback