পৰিয়ালৰ স্বাস্থ্য ৰক্ষাকৰ্ত্তা পলিচী
আপোনাৰ পৰিয়ালক স্বাস্থ্যৰ বিপদাশংকাসমূহৰপৰা আৰু বিত্তীয় দুৰৱস্থাসমূহৰপৰা সুৰক্ষা দিছিল, নগদধনৰহিত... ৰেদ মোৰে
ব্যক্তিগত স্বাস্থ্য ৰক্ষাকৰ্ত্তা পলিচী
এইখন পলিচীয়ে আপোনাক আৰু আপোনাৰ পৰিয়ালক কোনো অসুস্থতা, ৰোগ বা আঘাতৰ সৈতে সম্পৰ্ক থকা হস্পটেলত... ৰেদ মোৰে
স্বাস্থ্য কৱচ পলিচী
প্ৰোতেচত য়ৌৰ ফমিলয় অগইনসত mেদিচল এশপেনসেস ইনচলুদিং হোসপিতলিযতিোন, এমেৰগেনচেস …
ব্যক্তিগত মেডিশ্বিল্ড পলিচী
তেন্তে ইফফচো টকিঅ'ৰ মেডিশ্বিল্ড বীমা পলিচীয়ে আপোনাক সমগ্ৰ ভাৰতৰ 4300 খনৰো অধিক হস্পিটেলত... ৰেদ মোৰে
Accidental Insurance Policy
ইফফচো টকিঅ' জেনেৰেল ইঞ্চিউৰেন্সৰ ব্যক্তিগত দুৰ্ঘটনা বীমা পলিচী হ'ল জীৱনৰ এই অনিশ্চয়তাৰ সময়ত এটা... ৰেদ মোৰে
Critical Illness Insurance
ৰুতৰ অসুস্থতা বীমাৰ জৰিয়তে আপুনি বিশাল বিত্তীয় বোজাৰ অসুবিধা প্ৰতিহত কৰিব পাৰে। ইফফচো টকিঅ'... ৰেদ মোৰে
স্বাস্থ্য ৰক্ষাকৰ্ত্তা প্লাছ পলিচী
গেত চোvেৰগে অগইনসত হিঘ তrতেৰ্মেনত চোসত ওফ অনয় ইনজুৰয় ৰেদ মোৰে

IFFCO টকিঅ'ৰপৰা অনলাইন স্বাস্থ্য বীমা পৰিকল্পনা

স্বাস্থ্য বীমা হ'ল প্ৰতিজন লোকৰ বাবে 'নহ'লেই নোহোৱা বিধৰ' এটা উপাদান IFFCO টকিঅ'ত আমি আপোনাক প্ৰদান কৰো এটা অসুবিধাবিহীন স্বাস্থ্য বীমা আঁচনি যি আপোনাক দিয়ে "বিশাল চিকিৎসাজনিত ক্ষতিৰপৰা মুক্তি"শাৰীৰিক ক্ষতিয়েই হওক বা স্বাস্থ্যৰ অৱনতিয়েই হওক, সৰ্বশ্ৰেষ্ঠ চিকিৎসীয় সাহায্য প্ৰদান কৰি ই আপোনাৰ সবলীকৰণ কৰে আৰু আপোনাক বিত্তীয়ভাৱে সহায় কৰে।

স্বাস্থ্য বীমাৰ পৰিকল্পনাসমূহ এই সুযোগ ল'ব কেনেকৈ?

স্বাস্থ্য বীমাৰ পৰিকল্পনাসমূহৰ সুযোগ লোৱাৰ দুটা পথ আছে;

  • অসুস্থতা/আঘাতৰ চিকিৎসাৰ বাবে ব্যয় কৰা ধন বীমাকৃত ব্যক্তিক পোনপটীয়াকৈ পৰিশোধ কৰি
  • চিকিৎসা সেৱা প্ৰদানকাৰীক পোনপটীয়াকৈ ধনাদায় কৰি

IFFCO টকিঅ'ত স্বাস্থ্য বীমাৰ পৰিকল্পনাসমূহ

ভাৰতত স্বাস্থ্য আৰু চিকিৎসা বীমা সাম্প্ৰতিক জীৱনত গুৰুত্বপূৰ্ণ হৈ উঠিছে আৰু কেৱল বৃদ্ধাৱস্থাৰ বাবেহে ইয়াক বিবেচনা কৰা অনুচিত। এটা গতিহীন জীৱনশৈলীৰ পৰিণতিত দুৰ্ভাগ্যই যিকোনো সময়তে আহি আঘাত কৰিব পৰাৰ সম্ভাৱনালৈ চাই আপুনি নিজকে বিত্তীয় বোজাৰপৰা নিৰাপত্তা প্ৰদান কৰিবলৈ এটা সুৰক্ষাৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক হৈ উঠিছে।লগতে, প্ৰযুক্তিৰ ব্যৱহাৰ বা চিকিৎসকৰ মাননিৰ সৈতে, চিকিৎসাৰ ব্যয় অতিপাত বৃদ্ধি হোৱালৈ চাই, সঠিক চিকিৎসা বীমা পৰিকল্পনাৰ সৈতে আপুনি এই আটাইবোৰ অনিশ্চয়তাৰপৰা নিজকে সুৰক্ষিত কৰিব পৰাটো গুৰুত্বপূৰ্ণ হৈ উঠিছে।

IFFCO টকিঅ'ই আপোনাৰ প্ৰয়োজনসমূহৰ কথা বুজি পায় আৰু বিত্তীয় প্ৰঘাতৰপৰা আপোনাক নিৰাপত্তা প্ৰদান কৰিবলৈ বিশাল পৰিসৰৰ স্বাস্থ্য বীমা সমাধান প্ৰদান কৰে।

অনলাইন স্বাস্থ্য বীমাৰ উপকাৰসমূহ

স্বাস্থ্যৰ অপ্ৰত্যাশিত বিপদসমূহৰপৰা সুৰক্ষা লাভ কৰিবলৈ, অনলাইনত আমাৰ স্বাস্থ্য বীমা ক্ৰয় কৰক আৰু তলত দিয়া সুবিধাসমূহ লাভ কৰকঃ

কেৱল আমাৰ ৱেবচাইটত চকু ফুৰাই আৰু আপোনাৰ প্ৰয়োজন অনুসাৰে আমাৰ চিকিৎসা বীমা পৰিকল্পনাসমূহৰপৰা বাচি লৈ সময় ৰাহি কৰক।

স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ বাবে আদায় কৰা ধনৰ বিনিময়ত কৰ হিতাধিকাৰ লাভ কৰক (ভাৰতীয় আয়কৰ অধিনিয়মৰ 80D ধাৰা অনুসাৰে)।

অনলাইন ক্ৰয়ৰ বাবে ডিজিটীয়ভাৱে স্বাক্ষৰ কৰা পলিচী নথি তৎক্ষণাৎ লাভ কৰক।

বুদ্ধিমত্ত্বাৰে আপোনাৰ স্বাস্থ্য বীমা পলিচী বাচি লওক আৰু অপ্ৰত্যাশিত উদ্বিগ্নতাৰপৰা নিজকে সুৰক্ষিত কৰক।আৰু, এতিয়া কোনো অসুবিধা নোহোৱাকৈ আপুনি অনলাইনত এই কাম কৰিব পাৰে।.