এজন এজেন্ট আৰু ব্ৰ'কাৰৰ মাজত পাৰ্থক্য কি?

PrintPrintEmail this PageEmail this Page

এজেন্টসকলে কেৱল এটা ইঞ্চুৰেঞ্চ কোম্পানীক প্ৰতিনিধিত্ব কৰে আৰু কেৱল তাৰেই প্ৰডাক্ট বিক্ৰী কৰে। য'ত নেকী ইঞ্চুৰেঞ্চ ব্ৰ'কাৰবোৰক এটাতকৈ বেছি ইঞ্চুৰেঞ্চ কোম্পানীৰ প্ৰডাক্ট বিক্ৰী কৰিবলৈ অনুমতি দিয়া হয়।


Download Motor Policy

Feedback