অটো বীমা লোৱাটো ভাৰতত বাধ্যতামূলক নে?

PrintPrintEmail this PageEmail this Page

হয়, বীমা লোৱাটো ভাৰতত বাধ্যতামূলক । বাধ্যতামূলক দায়বদ্ধতা বীমা হৈছে যান-বাহন আইন, ১৯৮৮ ৰ বিধিসন্মত প্ৰয়োজনীয়তা। অৱশ্যে, আমি আপোনাৰ বিত্তীয় দায়বদ্ধতাখিনি সীমিত কৰিবলৈ ব্যাপক প’লিচি এটা আপোনাৰ বাবে পৰামৰ্শ কৰো ।


Download Motor Policy

Feedback