মই এটাতকৈ বেছি স্বাস্থ্য বীমা প’লিচি কিনিব পাৰোনে?

PrintPrintEmail this PageEmail this Page

হয়, আপোনাৰ এটাতকৈ বেছি স্বাস্থ্য বীমা প’লিচি হ’ব পাৰে। দাবীৰ ক্ষেত্ৰত, প্ৰতিটো কোম্পানীয়ে লোকচানৰ হাৰযোগ্য অংশ পৰিশোধ কৰিব। উদাহৰণ স্বৰূপে, এজন গ্ৰাহকৰ বীমাদায়ী-এ ৰ পৰা ১লাখ টকাৰ আৰু বীমাদায়ী-বি ৰ পৰা ১লাখ টকাৰ স্বাস্থ্য বীমা আছে। ১.৫লাখ টকাৰ দাবীৰ ক্ষেত্ৰত প্ৰতিটো প’লিচিয়ে ৫০:৫০ অনুপাতত বীমাকৃত পৰ্য্যন্ত ধন পৰিশোধ কৰে।


Download Motor Policy

Feedback