আকষ্মিক ঘটনাৰ ক্ষেত্ৰত কোনো অপেক্ষা সময় থাকিব পাৰে নেকি য’ত মোৰ ব্যয়বোৰ নিষ্পত্তি নহয়?

PrintPrintEmail this PageEmail this Page

যেতিয়া আপুনি এটা নতুন স্বাস্থ্য বীমা কৰিব, প’লিচি আৰম্ভ হোৱাৰ দিনাৰ পৰা ৩০দিন অপেক্ষা সময় থাকিব য’ত কোনো ধৰণৰ চিকিৎসালয়ৰ ব্যয় পৰিশোধ কৰা নহ’ব। তথাপি, এইটো দুৰ্ঘটনাৰ বাবে হোৱা কোনো অকষ্মিক চিকিৎসালয়ধিনৰ বাবে প্ৰযোজ্য নহয়। এই ৩০দিনৰ অপেক্ষা সময় প’লিচিৰ নবীকৰণৰ ক্ষেত্ৰৰ প্ৰযোজ্য নহয়।


Download Motor Policy

Feedback