ঘৰুৱা কৰ্মচাৰীও এই প'লিচিৰ অধীনত সুৰক্ষিত হয়নে?

PrintPrintEmail this PageEmail this Page

এই উপ-ধাৰা সম্পৰ্কীত অনুচ্ছেদত উল্লেখিত মতে মাৰাত্মক দূৰ্ঘটনা আইন, ১৮৫৫ ৰ অধীনত প'লিচি চলি থকা কালছোৱাত যদি কোনো কৰ্মচাৰীৰ, ঘৰুৱা কৰ্মচাৰী হিচাপে আপোনাৰ ঘৰৰ কামত নিয়োগ হৈ থাকোতে অথবা কামৰ বাহিৰত থাকোতে দূৰ্ঘটনামূলক মৃত্যু, শাৰিৰীক আঘাত, বেমাৰ অথবা ৰোগ আদি ঘটে, শ্ৰমিকৰ ক্ষতিপূৰণ আইন ১৯২৩ অথবা সাধাৰণ আইনৰ সংশোধনী মতে সুৰক্ষা প্ৰাপ্য হ'ব।


Download Motor Policy

Feedback