অস্বীকাৰ পত্ৰ

PrintPrintEmail this PageEmail this Page

এই ৱেবছাইটত থকা তথ্য সমূহে অকল ইফকো-টকিয় সাধাৰন বীমা কোম্পানী লিমিটেডৰ প্ৰতি আগ্ৰহী দল সমূহৰ তথ্য আগবঢ়াই

আলহীৰ আগ্ৰহী বিষয়ৰ বিস্তীৰ্ণ বিবিধতা সম্বন্ধীয় সামগ্ৰী আৰু সেৱাৰ সৰ্বাঙ্গীন অনুমতি প্ৰদান কৰিবলৈ প্ৰয়াস কৰা হৈছে

এই ৱেবছাইটতো ভাল বিশ্বাসেৰে সংকলিত, কিন্তু কোনো খাতিৰ নোহোৱাকৈ বা পৰিপূৰ্ণতাক ৱাৰেণ্টি (ব্যক্ত কৰি অথবা সূচিত কৰি) দিয়া হয় বা ইয়াৰ অন্তৰ্নিহিত তথ্যৰ সথিকতা

অন্তৰ্নিহিত তথ্য যেনেকুৱা হয় তেনেকুৱাৰ ভিত্তিত উপভোক্তালৈ সাধাৰন নিৰ্দেশনা আগবঢ়াই গতিকে আপোনাৰ তথ্য কৰ্য্যকৰী হোৱাৰ আগতে ইফকো-টকিয় সাধাৰন বীমা কোম্পানী লিমিটেডৰ কৰ্য্যালয়ৰ লগত ফোন যোগে আলোচনা কৰি আপোনাৰ তথ্য সমূহ প্ৰমানিত কৰিবলৈ অনুৰোধ কৰা হ;ল। ৱেবছাইটৰ অতিথি সকলক তেওঁলোকৰ স্ব:ইচ্ছাই সামগ্ৰী আৰু সেৱা সমূহত প্ৰবেশ গৃহীত কৰা হৈছে আৰু ৱেবছাইটত প্ৰদান কৰা স্পষ্ট বা অস্পষ্ট, সামগ্ৰী আৰু সেৱা সমূহ ব্যৱহাৰ কৰাৰ কোনো ধৰনৰ দ্বায়িত্বৰ বাবে ইফকো-টকিয়ৰ সাধাৰন বীমাৰ দায়বদ্ধতাক ধৰি নাথাকে।


Download Motor Policy

Feedback