অনলাইন অধিহাৰ পৰিশোধ

আমাৰ অনলাইন অধিহাৰ পৰিশোধ সেৱাৰ সৈতে মাত্ৰ কেইটামান ক্লিকত নীতিৰ নৱীকৰণৰ সুবিধা আৱিস্কাৰ কৰক। আমি অনলাইন নৱীকৰণ দ্ৰুত আৰু সহজ কৰি সাজি উলিয়াইছো। অনলাইন অধিহাৰ পৰিশোধ আৰম্ভ কৰিবলৈ সকলোলৈ লক্ষ কৰা।

অধিহাৰ পৰিশোধ:
ম'বাইল পৰ্টেল

আমাৰ ম'বাইল পৰ্টেলৰ জৰিয়তে আপোনাৰ মটৰ বীমা নীতি নৱীকৰণ কৰক যিতো আইওএছ, এন্ড্ৰইড, উইন্ডউজ আৰু ছাইম্বিয়ান সমৰ্থন কৰা ফোন বোৰত সহজলভ্য।

সংযোগটো পাবলৈ অনুগ্ৰহ কৰি RENEW লিখি ৫৭৫৭৫৮ লৈ SMS প্ৰেৰণ কৰক

এটা শাখাত

আমাৰ ষ্টাফৰ সদস্য সকল আপোনাক আমাৰ শাখালৈ আদৰিবলৈ আনন্দিত, ব্যক্তিগতভাবে আপোনাৰ নীতি প্ৰদানকাৰী শাখাত অধিহাৰ পৰিশোধ কৰাৰ সিদ্ধান্ত আপুনি লবনে।

আমাৰ কাৰ্য্যালয়ৰ সময় আৰু শাখাৰ অবস্থিতিৰ তথ্যৰ বাবে অনুগ্ৰহ কৰি শাখা অৱস্থান নিৰ্নয়কৰ্তাৰ লগত সম্পৰ্ক কৰক।

ডাকৰ দ্বাৰা

বিকল্পিত ভাবে আপুনি চেক্/ড্ৰাফ্ট মেইল কৰিব পাৰে:

দা ৰিটেঞ্চন ভাৰ্টিকেল,
ইফকো-টকিয় সাধাৰন বীমা কোম্পানী লিমিটেড.

ইফকো টাৱাৰ। চটুৰ্থ আৰু পঞ্চম মহলা,
প্লট নম্বৰ ৩, শাখা ২৯,
গুৰগাও ১২২০০১, হাৰিয়ানা

PrintPrintEmail this PageEmail this Page

ইফকো-টকিয়ত, আমি বিশ্বাস কৰো যে সময়েই ধন। আৰু সেইকাৰণে যেতিয়া আপোনাৰ অধিহাৰ পৰিশোধ কৰিবলৈ হয় বাছি ল'ব পৰাকৈ আমি আপোনাক উত্তম সুবিধাজনক পৰিশোধ কৰিব পৰা বিকল্পৰ পৰিসৰ দিও। সেয়া অনলাইন পৰিশোধেই হওক বা আপোনাৰ ম'বাইল ফোনৰ জৰিয়তেই হ'ওক, যাতে পৰিশোধ প্ৰক্ৰিয়া উন্নত মানৰ তথা সুবিধাজনক হয় তাক সুৰক্ষিত কৰিবলৈ আমি যথেষ্ট কষ্ট সাধন কৰো। ইয়াতকৈ বেছি, আমাৰ বহুত শাখা আছে আৰু সকলোতে সহজে বিছাৰি পাব পৰা ড্ৰপবক্স আছে। আপুনি ব্যক্তিগত ভাবে পৰিশোধ কৰিবলৈ পছন্দ কৰিবনে, বা আপুনি ডাক বা মেইলৰ যোগেদিও আপোনাৰ পৰিশোধ পঠাব পাৰে।


Download Motor Policy

Feedback