Register A Claim

At the time of an unforeseen event when you need immediate assistance and support without being burdened by unnecessary delays and long winded procedures, we are there at your service to make things infinitely easy through our Claim Registration options. All you need to do is call our 24x7 Call Centre or simply walk in to your nearest IFFCO Tokio branch and we will take care of the rest. You can even send us an SMS or register your claim online through our website.

Claim can be Intimated through Various Modes

আমাৰ অভিজ্ঞ দাবী সেৱা প্ৰতিনিধিয়ে (চি এছ আৰ) আপোনাৰ দাবী সূচনা প্ৰক্ৰিয়া সহজ আৰু খৰটকীয়া কৰি তোলে অনুগ্ৰহ কৰি তলত উল্লেখ কৰা নম্বৰত ৩৬৫ দিনৰ ভিতৰত ক'ল কৰক

শুল্ক নম্বৰ ১৮০০-১০৩-৫৪৯৯, ০১২৪-৪২৮৫৪৯৯

আপুনি আপোনাৰ দাবী কোনো ব্যক্তিলৈ বিস্তাৰিত কৰিব বিছাৰে নেকি? অনুগ্ৰহ কৰি সোমবাৰৰ পৰা শুক্ৰ বাৰলৈ দিনৰ ৯,৩০ৰ পৰা সন্ধিয়া ৬,০০ বজাৰ ভিতৰত নিসংকোচে আমাৰ নীতি বিতৰণ শাখালৈ আহক ( ৰাষ্টিয় বন্ধৰ দিনবোৰ বাদ দি) আমাৰ কাৰ্য্যালয়ৰ সময় আৰু শাখাৰ অবস্থিতিৰ তথ্যৰ বাবে অনুগ্ৰহ কৰি শাখা অৱস্থান নিৰ্নয়কৰ্তাৰ লগত সম্পৰ্ক কৰক.

গ্ৰাহক সেৱাক এক উচ্ছ মানদণ্ড প্ৰদান কৰাতো আমাৰ প্ৰচেষ্টা, এটিয়া অভিযোগ দাখিল আপোনাৰ আঙুলিৰ চাপত অনুগ্ৰহ কৰি “CLAIM” লিখি ৫৬১৬১ লৈ SMS কৰক আৰু আমাৰ এজন দাবীৰ প্ৰতিনিধিয়ে কামৰ ৪ ঘন্টাৰ ভিতৰত আপোনাৰ লগত সংযোগ হ'ব।
টোকা: ক'ল কৰা সময়ত অনুগ্ৰহ কৰি লোকচানৰ বিৱৰণ, কাৰন, কাৰ্য্যশালা/চিকিৎসালয় আদিৰ সম্বন্ধিত তথ্যবোৰ লগত ৰাখক।