Claims

মোৰ দাবী অগ্ৰায্য হ'ব নেকি?

মোৰ দাবী অগ্ৰায্য হ'ব নেকি?

নিৰ্দিষ্ট স্বৰ্তত বীমা কোম্পানীৰ নীতি অনুসৰি দাবী বাতিল কৰিব ল'গা হ'ব পাৰে বাতিলকৰনৰ সাধাৰন কাৰন সমূহ হ'ল

যদি্ ৱাইন্দস্ক্ৰীণৰ ক্ষতি হয় তেন্তে মই সম্পূৰ্ণ ক্ষতিৰ মূল্য পাম নে?

যদি্ ৱাইন্দস্ক্ৰীণৰ ক্ষতি হয় তেন্তে মই সম্পূৰ্ণ ক্ষতিৰ মূল্য পাম নে?

আপোনাৰ ৱাইন্দস্ক্ৰীণৰ গ্লাছৰ বাবে সম্পূৰ্ণ মূল্য পৰিশোধ কৰা হ'ব যদিও ৰাবাৰ, লাইনিং আৰু ছিলেন্টৰ বাবে ৫০% মূল্য হ্ৰাস হ'ব অতিৰিক্ত ভাবে বীমা বৰ্হীভূত মুল্য পৰিশোধ কৰিব লগা হ'ব পাৰে

যদি মোৰ গাড়ীখন দূৰ্ঘটনাগ্ৰষ্ট হয় আৰু ক্ষয় ক্ষতি বেছি নহয় তেন্তে কি হ'বতেতিয়াও দাবী বাধ্যতামূলক নে দাবী নকৰিলেও হ'ব? নিম্নমূল্যৰ দাবী কৰিবলৈ পৰামৰ্শ দিব নেকি

যদি মোৰ গাড়ীখন দূৰ্ঘটনাগ্ৰষ্ট হয় আৰু ক্ষয় ক্ষতি বেছি নহয় তেন্তে কি হ'বতেতিয়াও দাবী বাধ্যতামূলক নে দাবী নকৰিলেও হ'ব? নিম্নমূল্যৰ দাবী কৰিবলৈ পৰামৰ্শ দিব নেকি

যদি ক্ষতিৰ পৰিমাণ কম হয় তেনেহ'লে দাবী কৰাতো প্ৰয়োজনীয় নহয় দৰাচলতে কম ক্ষতিৰ বাবে দাবী কৰাতো পৰামৰ্শ দিয়া নহয় কাৰন মূল্যৰ হ্ৰাস বৃদ্ধিৰ বাবে আপুনি মাচুল ভৰিব লগা হ'ব, দাবীৰ পৰিমাণতকৈও মূল্য কমি যাব লগতে নৱীকৰণৰ সময়ত আপুনি দাবী নকৰা বোনাচো হেৰুৱাব। যদি আপুনি দাবী নকৰো বুলি সিদ্ধান্ত লয়, পাছত দাবী কৰিব নোৱাৰিব

মই বাহন নচলোৱা স্বত্তেও যদি মোৰ বাহন খন দূৰ্ঘটনাগ্ৰষ্ট হয়, তেতিয়া মই দাবী কৰিব পাৰিম নে?

মই বাহন নচলোৱা স্বত্তেও যদি মোৰ বাহন খন দূৰ্ঘটনাগ্ৰষ্ট হয়, তেতিয়া মই দাবী কৰিব পাৰিম নে?

আপুনি নিৰ্দিষ্ট স্বৰ্তত দাবী কৰিব পাৰিব

  • বাহন খন বীমাকৃত হ'ব লাগিব
  • আপুনি যদি গাড়ী চালক জনক মজূৰি দিয়ে বা আপোনাৰ অনুমতিত যদি তেও গাড়ীখন চলাইছিল
  • যদি গাড়ী চালক জনৰ অনুজ্ঞা পত্ৰ আছে আৰু চালক জনৰ আসনখনকে ধৰি আসনৰ ক্ষমতা অনুযায়ী প্ৰীমিয়াম দিয়া হৈছিল

মটৰ বীমা নীতিৰ ব্যতিক্ৰমতা কি?

মটৰ বীমা নীতিৰ ব্যতিক্ৰমতা কি?

নিৰ্দিষ্ট ব্যতিক্ৰমতা

  • ভৌগোলিক পৰিসীমাৰ বাহিৰৰ অভিযানৰ কোনো দূৰ্ঘটনা
  • আনুষঙ্গিক ক্ষতি, সাধাৰন ক্ষয়-ক্ষতি
  • সেইতো স্তৰৰ যান-বাহনৰ বাবে অনুজ্ঞা পত্ৰ নোহোৱাকৈ বাহন চলোৱাচ
  • ব্যৱহাৰৰ নিৰ্ধাৰিত সীমা থকা স্বত্তেও বাহনৰ কম ব্যৱহাৰ
  • ব্যৱহাৰৰ নিৰ্ধাৰিত সীমা থকা স্বত্তেও বাহনৰ কম ব্যৱহাৰ
  • যান্ত্ৰিক আৰু বৈদ্যুতিক ক্ষতি, বিজুতি আদি নিৰ্দিষ্ট ব্যতিক্ৰমতাৰ ভিতৰত পৰে
  • ইচ্ছাকৃত ক্ষতি বিনিয়োগ বা পুৰস্কাৰ
  • বাহনৰ চুৰি হোৱা বা একে সময়তে ক্ষতি নোহোৱালৈকে টায়াৰ আৰু টিউবৰ ক্ষতি

সাধাৰন ব্যতিক্ৰমতা

Pages


Download Motor Policy

Feedback