PrintPrintEmail this PageEmail this Page

ইফকো-টকিয় হ'ল এটা সংগঠন য'ত পেশাদাৰী সকলৰ যোগ্যতাসম্পন্ন দলে একেলগে কাম কৰে, এটা উমৈহতীয়া লক্ষ্য "ভাৰতত উদ্যোগৰ নায়ক হোৱা" পুৰা কৰিবলৈ আবেগৰ লগত মতামত আৰু ধাৰনা বিতৰণ কৰিছে।

আমি কাম কৰা ব্যৱসায়ৰ পৰিৱেশতো উচ্চ মাত্ৰাৰ প্ৰতিযোগিতাৰ সৈতে গতিশীল. তেনেকুৱা এটা অৱস্থাত আমাৰ লক্ষত উপনীত হ'বলৈ আমি অবিৰতভাবে উচ্চ স্তৰিয় ব্যক্তি আৰু দ'লৰ প্ৰদৰ্শনৰ বিপৰীতে নিজকে প্ৰত্যাহ্বান দিব লাগিব. তলৰ যিকোনো এটা কাৰনে ইফকো-টকিয়ক পৃঠক কৰিব পাৰে, কিন্তু প্ৰতিযোগী আৰু সহকৰ্মীৰ পৰা যিহে আমাক ভিন্ন কৰে সেয়াই কেনেদৰে এই বৈশিষ্টবোৰে সংগঠনৰ প্ৰতিতো দৃশ্যক পানীত মলাই দিয়ে।.

উচ্চ মূল্য প্ৰদান কৰাতোৱেই মূল লক্ষ্য, স্পষ্ট ব্যৱসায়ীক পৰিণাম

সপূৰ্ণ প্ৰক্ৰিয়াতো দ্ৰুত আৰু নিৰ্ভৰযোগ্য কৰিবলৈ আমি আমাৰ দ'লবোৰ তৈয়াৰ কৰো, আমাৰ গ্ৰাহক সকলৰ বাবে শুদ্ধ সমাধান আৰু শুদ্ধ পৰিণাম পৰিকল্পনা কৰিবলৈ আমাৰ দলবোৰক আমি দৃষ্টিকোণ কৰো।

সহযোগী সভ্যতা আৰু দ'ল গঠন কৰাত দৃষ্টি দিও।

ইফকো-টকিয়ত আমি সহযোগী পৰিৱেশ এটাক প্ৰচাৰ কৰাত আৰু দ'ল গঠন কৰাত দৃষ্টি দিও। আমি বিশ্বাস কৰো যে কোম্পানীৰ উন্নতিৰ বাবে দলৰ সদস্য সকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আমি আৰম্ভনিৰে পৰা ঐক্য গঢ় দিবলৈ আৰু গতি উৎপন্ন কৰিবলৈ সহায়ৰ দৃষ্টিকোণ ব্যৱহাৰ কৰো' আমি এটা বিশ্বাসজনক, স্বাভাৱিক আৰু উৎসাহজনক - একাগ্ৰতা, নমনীয়তা, উদযাপন আৰু প্ৰশংসাদায়ক পৰিৱেশ সৃষ্টি কৰো এই সকলোবোৰ একেৰাহে কৰা প্ৰশিক্ষণ, পৰিৱেশন ব্যৱস্থাপনা, কৰ্মজীৱন পৰামৰ্শ আৰু অন্য ভাল অনুশীলনৰ দ্বাৰা সক্ষম কৰা হয়।

মানুহৰ অভিজ্ঞতাৰ এক গভীৰ বুজাবুজি

পৃথিৱীৰ প্ৰতিতো প্ৰান্ততে গ্ৰাহক আৰু কৰ্মচাৰীৰ অভিজ্ঞতা বহুমূল্যকৈ গঢ় দিবলৈ আমি মানুহৰ উপাদানবোৰ উপলব্ধি কৰো আমাৰ এটা আদিম সংস্কৃতি আছে যিতোৱে পেশাদাৰী তৰ্কক উৎসাহিত কৰে আৰু একে সময়তে পৰিৱেশৰ অনুভূতিক সন্মান কৰে। আমি এটা মজবুত দীৰ্ঘ সময়ৰ সম্পৰ্ক বনাবলৈ সহায় কৰো- এটা সম্পৰ্ক যিতোৱে গ্ৰাহক, কৰ্মচাৰী আৰু ভাগীদাৰৰ প্ৰয়োজনীয়তাক পৰিৱেশনৰ দ্বাৰা গুৰূত্ব সৃষ্টি কৰি কাম কৰে ।


Download Motor Policy

Feedback