PrintPrintEmail this PageEmail this Page

সম্পূৰ্ণ বাণিজ্যিক বৰ্ণালীটোত আপোনাৰ ব্যৱসায়িক প্ৰয়োজনীয়তা পূৰাবলৈ ইফকো-টকিঅ'ৰ ব্যৱসায়িক উৎপাদনবোৰ অভিহিত কৰা হৈছে। আপোনাৰ ব্যৱসায়ত সংশয় কমাবলৈ বীমা প্ৰচ্ছদ পোৱাতো বাৰূকৈয়ে আৱশ্যক।

বেংকাৰচ্ ব্লেংকেট বীমা

ইফকো ট'কিঅ'ৰ বেংকাৰচ্ ক্ষতিপূৰণ প'লিচি বেংকাৰ সকলক ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ উপলব্ধ আছে। লেৰ্ন মোৰে »

চুৰি বীমা

দুৰ্ভাগ্যক্ৰমে আজিৰ জীৱনত, অপৰাধৰ হাৰ তীব্ৰ মাত্ৰাত বাঢ়িব লাগিছে। প্ৰতিটো পদক্ষেপতে থাকে এটা বিপদাশংকাত উন্মুক্তি--কাৰখানাত, কাৰ্য্যালয়ত, গোদামত, দোকানত ইত্যাদি। আপোনাৰ কাৰ্য্যালয়ত, গোদামত, দোকানত, উদ্যোগত থকা সা-সামগ্ৰীৰ বাবে হোৱা ঘৰৰ তলাভঙা, ডকাইতি, লুণ্ঠন বা চুৰিৰ উদ্দ্যেশ্যে কৰা অনধিকাৰ প্ৰৱেশ আদি সংঘটনে আপোনাৰ ব্যৱসায়লৈ বিশাল বিত্তীয় লোকচান মাতি আনিব পাৰে। লেৰ্ন মোৰে »

বিশ্বস্ততাৰ নিশ্চয়তা বীমা

ফিদেলিতয় গুাৰানতৈ িনসুৰানচে পোলিচয় লেৰ্ন মোৰে »

উদ্যোগ ৰক্ষাকৰ্ত্তা বীমা

আপোনাৰ যিটো ঔদ্যোগিক গোটৰ কাৰণে আপুনি আপোনাৰ ইমানখিনি সময় আৰু ধন খৰচ কৰিলে সেইটো অবিৰতভাৱে বিভিন্ন প্ৰকাৰৰ বিপদাশংকাত উন্মুক্ত হৈ থাকিবলগীয়া হয়। কিছুমান দুৰ্ভাগ্যজনক সংঘটনে আপোনাৰ ব্যৱসায়লৈ বিশাল বিত্তীয় লোকচান মাতি আনিব পাৰে আৰু এনে আটাইবোৰ সম্ভাৱ্য বিপদাশংকাৰপৰা আপুনি আপোনাৰ ব্যৱসায়ক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰাটো সম্ভৱ নহয় যদিও, আপুনি অন্ততঃ সেই অপ্ৰত্যাশিত ঘটনাবোৰে আনিব পৰা বিপদ অতিক্ৰম কৰাত সহায় পোৱাকৈ কিছুমান পদক্ষেপ ল'ব পাৰে। IFFCO টকিঅ' জেনেৰেল ইঞ্চিউৰেন্সৰ উদ্যোগ ৰক্ষাকৰ্ত্তা বীমা এইবোৰ অনিশ্চয়তাৰ সময়ত আপোনাৰ ব্যৱসায়ৰ বাবে একেবাৰে উপযুক্ত বীমা সুৰক্ষা। লেৰ্ন মোৰে »

গহনা ব্লক বীমা

  • ইফকো ট'কিঅ'ৰ গহনা ব্লক বীমা উপলব্ধ আছে এইবোৰৰ বিপৰীতে সুৰক্ষিত কৰিবলৈ-
  • ষ্টক (সোন, হীৰা ইত্যাদি শ্বকেচত, প্ৰদৰ্শনী পাত্ৰত, চেফ/ ষ্ট্ৰংৰুম, বীমাকৃত পৰিসৰত)
  • বীমাকৃত অংশীদাৰ, কৰ্মচাৰী, সঞ্চালক, সাংবিধানিক ভাৱে বৈধ উত্তৰাধিকাৰীৰ জিম্মাত থকা সম্পত্তি
লেৰ্ন মোৰে »

ধন বীমা

ইফফচো তোকিো মোনেয় িনসুৰণছএ পোলিচয় িস াৱািলাবলে তো পৰোতেচত য়োুৰ বুসিনেশ েসতাবলিসহমেনত াগািনত লোশ লেৰ্ন মোৰে »

কাৰ্য্যালয় আৰু বৃত্তিমূলক প্ৰতিষ্ঠানৰ সুৰক্ষা বীমা

আপোনাৰ কাৰ্য্যালয় অথবা বৃত্তিমূলক প্ৰতিষ্ঠান, যিটো নিৰ্মান কৰোতে আপোনাৰ বহু সময় আৰু ধন বয়্য হৈছে, সেই প্ৰতিষ্ঠান অহৰহ বিভিন্ন ধৰণৰ বিপদৰ মুখামুখী হৈ আছে। কোনো দুৰ্ভাগ্যজনক ঘটনাই আপোনাৰ আৰু আপোনাৰ ব্যৱসায়ৰ ওপৰত গুৰুতৰ বিত্তীয় বোজা আনি দিব পাৰে। যদিও আপুনি সম্ভাৱ্য সকলো বিপদৰ পৰা আপোনাৰ ব্যৱসায়টোক বচাব নোৱাৰে, কিন্তু আপুনি এনে কিছু পদক্ষেপ ল'ব পাৰে যিয়ে অনিচ্ছাকৃত এনে ঘটনাৰ পৰা বাচি থাকিবলৈ সহায় কৰিব পাৰে। এনে অনিশ্বয়তা আৰু অনাকাংক্ষিত ঘটনাৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ ইফকো ট'কিঅ জেনেৰেল ইঞ্চুৰেঞ্চেৰ কাৰ্য্যালয় আৰু বৃত্তিমূলক প্ৰতিষ্ঠানৰ সুৰক্ষা বীমা হৈছে সঠিক ধৰণৰ প'লিচি। লেৰ্ন মোৰে »

শ্ৰমিকৰ ক্ষতিপূৰণ

শ্ৰমিকৰ ক্ষতিপূৰণ বীমা হৈছে প্ৰাথমিক পদ্ধতি যিটোত নিয়োগকৰ্তা এজনে শ্ৰমিক ক্ষতিপূৰণ আইনৰ বাধ্য-বাধকতা সমূহ সন্তুষ্ট কৰিব পৰা নিজৰ সাম্যৰ্থ দেখুৱাব পাৰে এই শ্ৰমিকৰ ক্ষতিপূৰণ, শ্ৰম মন্ত্ৰালয়ে চোৱাচিতা কৰা ভাৰতৰ শ্ৰমিক ক্ষতিপূৰণ আইনৰ মতে এক আচঁনিৰ অধিনত দিয়া হয়। লেৰ্ন মোৰে »


Download Motor Policy

Feedback