PrintPrintEmail this PageEmail this Page

আমাৰ সামুদ্ৰিক কাৰ্গো বীমাই আপোনাৰ কাৰ্গো পাৰগমন কৰাৰ সময়ত হোৱা কোনো ক্ষয়-ক্ষতিৰ বাবে  বিত্তীয় সুৰক্ষা আৰু হানিৰ পৰা সুৰক্ষা প্ৰদান কৰিব। কাৰ্গো সাগৰ, বায়ু , ৰেল আৰু স্থলপথেৰে নিব পাৰে।

সামুদ্ৰিক কাৰ্গো বীমা

ই তলত দিয়া আৱাগমন প্ৰক্ৰিয়াৰে কঢ়িওৱা বয়-বস্তুৰ বীমাৰ কাম কৰে- 

  • সাগৰ
  • ৰেল
  • পথ
  • বায়ু
  • আভ্যন্তৰীন জলপথ
  • ডাক পাৰ্চেল
অধিক জানক »

সাগৰ বন্ধু বীমা ইঞ্চিউৰেন্স

ইনষ্টিটিউট টাইম ক্লজ হালছ 01.10.1983 অনুসাৰে ভাৰতীয় বজাৰে সম্প্ৰতি অন্তৰ্দেশীয়/উপকূলীয় জাহাজবোৰৰ জঁকা আৰু মেচিনবোৰক (H&M) বীমা সুৰক্ষা প্ৰদান কৰে। H&M ক বীমা সুৰক্ষা দিয়াৰ উপৰিও এইটো দফাই লগতে সংঘৰ্ষজনিত দায়িত্বৰো 3/4 ভাগক বীমা সুৰক্ষা প্ৰদান কৰে। অৱশ্যে ইনষ্টিটিউট প'ৰ্ট ৰিস্ক্ ক্লজ 20.07.1987 এ H&M বীমাকৃত ধনৰাশিৰ সীমাসাপেক্ষে সংঘৰ্ষজনিত দায়িত্বৰ 4/4 ভাগ আৰু লগতে ভগ্নাৱশেষ আঁতৰোৱাৰ কামকো বীমা সুৰক্ষা দিয়াৰ ব্যৱস্থা দিছে। অধিক জানক »


Download Motor Policy

Feedback