PrintPrintEmail this PageEmail this Page

সকলো ধৰণৰ দায়বদ্ধতাৰ পৰা আপোনাৰ ব্যৱসায়ক সুৰক্ষিত কৰাটো জৰুৰী। ইফকো ট'কিঅ' ই বৃহত্তৰ পৰ্যায়ৰ বিভিন্ন দায়বদ্ধ প্ৰডাক্ট আগবঢ়াইছে--উদ্যোগিক আৰু অনা- উদ্যোগিক পৰিচালনাৰ ৰাজহুৱা দায়বদ্ধতা (তৃতীয় পক্ষৰ আঘাত অথবা সম্পত্তিৰ বিনষ্ট), সামগ্ৰীৰ দায়বদ্ধতা, পেছাদাৰী ক্ষতিপূৰ্তি আৰু ডি এণ্ড অ' দায়বদ্ধতা।

সঞ্চালকসকলৰ আৰু বিষয়া সকলৰ দায়বদ্ধতা বীমা

কোনো গুৰুত্বপূৰ্ণ পদবীত থকা বিষয়া অথবা সঞ্চালক সকলৰ বিৰুদ্ধে গ্ৰহণ কৰা কোনো সামাজিক অথবা অপৰাধমূলক ব্যৱস্থাক প্ৰত্যাহ্বান জনাবলৈ প্ৰয়োজন হোৱা সকলো খৰছ সামৰি লোৱা আইনী দায়বদ্ধতা। সঞ্চালকসকলৰ আৰু বিষয়া সকলৰ বিৰুদ্ধে এই কাৰ্য্যব্যৱস্থা ল'ব পাৰে অংশীদাৰ সকলে, নিজৰ কৰ্মচাৰীয়ে, গ্ৰাহকে, প্ৰতিদ্বন্দী কোম্পানীয়ে অথবা ৰাইজৰ সদস্যই অথবা নিয়ামক অধিকাৰীয়ে। অধিক জানক। ৰেদ মোৰে »

সামগ্ৰী দায়বদ্ধতা বীমা

বীমাকৃত জনে আইনগত ভাৱে তৃতীয় পক্ষৰ দুৰ্ঘটনামূলক মৃত্যু্ অথবা শাৰিৰীক আঘাতৰ ক্ষতিৰ ৰূপত অথবা কোনো সামগ্ৰীৰ নিৰ্মাণকাৰ্য্যত জড়িত কোনো বিসংগতিৰ বাবদত তৃতীয় পক্ষৰ সম্পত্তিৰ হানি অথবা বিনষ্ট হোৱাৰ ক্ষেত্ৰত ভৰিবলগীয়া ধনৰ বাবে দায়ী হ'ব আৰু এই প'লিচিৰ অধীনত ভৰিবলগীয়া সকলো পৰিমাণৰ অংক এই প'লিচিয়ে সামৰিব। অধিক জানক। ৰেদ মোৰে »

পেছাগত ক্ষতিপূৰ্তি বীমা

বীমাকৃত জনে কোনো পেছাগত সেৱা প্ৰদান কৰাত কৰা কোনো দোষ-ত্ৰুটি অথবা ভ্ৰান্তিৰ কাৰণে তৃতীয় পক্ষৰ হ'ব পৰা ক্ষতিৰ বাবে বীমাকৃতজন আইনগত ভাৱে দায়ী হোৱাৰ ক্ষেত্ৰত অথবা বীমাকৃতৰ প'লিচি চলি থকা সময়ত প্ৰথমে লিখিত ৰূপত দাবী উত্থাপন কৰা, লগতে আমাৰ আগৰ চুক্তিমতে ধাৰ্য্য কৰা আইনী খা-খৰছ আৰু মাচুল ভৰিবলগীয়া ধন আদি সদায় ক্ষতিপূৰ্তিৰ সীমাৰ ভিতৰত থাকিব আৰু প'লিচিৰ অন্য চৰ্তাদিও প্ৰযোজ্য হ'ব। অধিক জানক। ৰেদ মোৰে »

ৰাজহুৱা দায়বদ্ধতা বীমা

ৰাইজৰ লগত সংগতি থকা অথবা ৰাইজ জড়িত কোনো বিপদজনক বস্তু বা সামগ্ৰী ব্যৱহাৰ কৰোতে হ'ব পৰা দুৰ্ঘটনাৰ দ্বাৰা আক্ৰান্ত কোনো ব্যক্তিক তৎক্ষণাত সকাহ দিয়াৰ উদ্দেশ্যত এই প'লিচিটোৱে ৰজহুৱা দায়বদ্ধতা বীমা উপলব্ধ কৰায়। অধিক জানক ৰেদ মোৰে »

উদ্যোগিক আৰু ভঁৰাল ক্ষেত্ৰৰ ৰাজহুৱা দায়বদ্ধতা

বীমাকৃত জন আইনগত ভাৱে তৃতীয় পক্ষৰ দুৰ্ঘটনামূলক মৃত্যু্ অথবা শাৰিৰীক আঘাতৰ ক্ষতিৰ বাবে অথবা ৰোগাগ্ৰস্ত কৰাৰ বাবে অথবা কোনো সামগ্ৰীৰ নিৰ্মাণকাৰ্য্যত জড়িত কোনো বিসংগতিৰ বাবদত তৃতীয় পক্ষৰ সম্পত্তিৰ হানি অথবা বিনষ্ট হোৱাৰ ক্ষেত্ৰত ভৰিবলগীয়া ধনৰ বাবে বীমাকৃতৰ প'লিচি চলি থকা সময়ত প্ৰথমে লিখিত ৰূপত দাবী উত্থাপন কৰাৰ ক্ষেত্ৰত, লগতে আমাৰ আগৰ চুক্তিমতে ধাৰ্য্য কৰা আইনী খা-খৰছ আৰু ক্ষতিপূৰ্তিৰ সীমাৰ ভিতৰত থকা আৰু ভৰিবলগীয়া মাচুল ধন আদি আৰু প'লিচিৰ অন্য চৰ্তাদিৰ ক্ষেত্ৰত আইনমতে দায়বদ্ধ হ'ব আৰু সেইমতে প্ৰযোজ্য হ'ব আৰু এই প'লিচিৰ অধীনত ভৰিবলগীয়া সকলো পৰিমাণৰ অংক এই প'লিচিয়ে সামৰিব। অধিক জানক। ৰেদ মোৰে »

ৰাজহুৱা দায়বদ্ধতা অনা-উদ্যোগিক বীমা

বীমাকৃত জন আইনগত ভাৱে তৃতীয় পক্ষৰ দুৰ্ঘটনামূলক মৃত্যু্ অথবা শাৰিৰীক আঘাতৰ ক্ষতিৰ বাবে অথবা ৰোগাগ্ৰস্ত কৰাৰ বাবে অথবা কোনো সামগ্ৰীৰ নিৰ্মাণকাৰ্য্যত জড়িত কোনো বিসংগতিৰ বাবদত তৃতীয় পক্ষৰ সম্পত্তিৰ হানি অথবা বিনষ্ট হোৱাৰ ক্ষেত্ৰত ভৰিবলগীয়া ধনৰ বাবে বীমাকৃতৰ প'লিচি চলি থকা সময়ত প্ৰথমে লিখিত ৰূপত দাবী উত্থাপন কৰাৰ ক্ষেত্ৰত, লগতে আমাৰ আগৰ চুক্তিমতে ধাৰ্য্য কৰা আইনী খা-খৰছ আৰু ক্ষতিপূৰ্তিৰ সীমাৰ ভিতৰত থকা আৰু ভৰিবলগীয়া মাচুল ধন আদি আৰু প'লিচিৰ অন্য চৰ্তাদিৰ ক্ষেত্ৰত আইনমতে দায়বদ্ধ হ'ব আৰু সেইমতে প্ৰযোজ্য হ'ব আৰু এই প'লিচিৰ অধীনত ভৰিবলগীয়া সকলো পৰিমাণৰ অংক এই প'লিচিয়ে সামৰিব। অধিক জানক-- ৰেদ মোৰে »


Download Motor Policy

Feedback