প্ৰতিটো প্ৰয়োজনৰ বাবে জেনেৰেল ইঞ্চুৰেঞ্চ

  • Health-Insurance

    যান বাহন বীমা

    আমাৰ যান-বাহন বীমা প'লিচিৰে আপোনাৰ বাহনখন সুৰক্ষিত কৰক আৰু বিভিন্ন ধৰণৰ অতিৰিক্ত সুবিধা সমূহ লাভ কৰি চিন্তামুক্ত ভাৱে গাড়ী চলাওক আৰু লগতে মূল্যৱান সময় আৰু ধন ৰাহি কৰক।

    আৰু অধিক পঢ়ক

  • Health-Insurance

    স্বাস্থ্য বীমা

    আপোনাৰ প্ৰয়োজন অনুসৰি অথবা আপুনি খৰছ ব্যয় কৰিব পৰাকৈ আমাৰ বিভিন্ন ধৰণৰ প'লিচিৰ মাজৰ পৰা আপোনাৰ স্বাস্থ্য বীমা প'লিচি বাচি লওক তথা নিজৰ আৰু পৰিয়ালৰ বাবে প্লেন সুৰক্ষিত কৰক।

    আৰু অধিক পঢ়ক

  • Health-Insurance

    ভ্ৰমণ বীমা

    আমাৰ ভ্ৰমণ বীমা প'লিচি গ্ৰহণ কৰি চিন্তামুক্ত হৈ আপোনাৰ অৱসৰ বিনোদন উপভোগ কৰক অথবা শান্তিৰে ব্যৱসায়ৰ কাম চলাই যাওক, কাৰণ এই প'লিচিয়ে দিব সম্পূৰ্ণ কভাৰেজ আৰু বিশ্বব্যাপি সুৰক্ষা।

    আৰু অধিক পঢ়ক

  • Home-Insurance

    গৃহ বীমা

    আমাৰ গৃহ বীমা কভাৰেজ প্লেনৰ জৰিয়তে অনাকাংক্ষিত দুৰ্ঘটনাৰ পৰা আপোনাৰ অতি গুৰুত্বপূৰ্ণ সম্পদসমূহৰ মাজৰ অন্যতম ৰূপে আপোনাৰ ঘৰখনক, আৰু লগতে অন্য ব্যক্তিগত সা-সম্পদ সমুহক সুৰক্ষিত কৰক।

    আৰু অধিক পঢ়ক

 

ইফকো ট'কিঅ'ৰ পৰা প'লিচি কিয় ক্ৰয় কৰিব লাগে?

আমি হৈছো ভাৰতৰ লক্ষ লক্ষ গ্ৰাহকক সেৱা প্ৰদান কৰি অহা অগ্ৰনী জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী।
info-graph
  • বিশ্বস্ত ব্ৰেণ্ড

    ১৫ বছৰতকৈ অধিক কাল ভাৰতৰ সৰ্বশ্ৰেষ্ঠ জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীবিলাকৰ মাজৰ এটা হিচাপে থাকি আমি কোটি কোটি হিতৈষী গ্ৰাহক গোটাব পাৰিছো, লগতে উন্নত মানদণ্ডৰ সেৱা প্ৰদান কৰি আমি আমাৰ মান-সন্মান প্ৰতিষ্ঠা কৰিছো।

  • সেৱা সমূহত স্বচ্ছতা

    ফলপ্ৰসূ প্ৰডাক্টৰ সৈতে অনলাইনত জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী এটা বাচনি কৰাৰ ক্ষেত্ৰত স্বচ্ছতা হৈছে এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য, যাৰ বাবে আমি আমাৰ গ্ৰাহকসকলক তেওঁলোকৰ অধ্যৱসায় আৰু তৎপৰতা প্ৰদৰ্শন কৰি আগবাঢ়িবলৈ উৎসাহিত কৰো।

  • ক্ৰয় কৰাৰ সুবিধা

    আমাৰ প্ৰডাক্টসমূহ এজেন্ট, দালাল আৰু শাখা সমূহৰ দৰে অফলাইন চেনেলত তথা আমাৰ আৰু আমাৰ অংশীদাৰ সকলৰ ৱেবচাইটৰ যোগে অনলাইনৰ দৰে কেইবাটাও মাধ্যমত উপলব্ধ।

  • দাবী মিমাংসা

    আমাৰ দাবী নিষ্পত্তি প্ৰক্ৰিয়া ক্ষীপ্ৰ, উপযুক্ত নিৰ্ভৰযোগ্য আৰু যন্ত্ৰনাহীন, ইয়াক এনেদৰে ডিজাইন কৰি প্ৰস্তুত কৰা হৈছে যে ই যাতে আপোনাৰ প্ৰয়োজনৰ সময়ত আপোনাৰ সম্পূৰ্ণ সহায়ক হয় আৰু যাতে অনাহক বিলম্ব অবিহনে নিয়াৰিকৈ কাৰ্য্য সম্পন্ন হয়।

গ্ৰাহক বক্তৱ্য


পুৰস্কাৰসমূহ


Download Motor Policy

Feedback